ৰহস্যজনক ভাৱে সন্ধানহীন চৰকাৰী কৰ্মচাৰী

তিনিদিন ধৰি সন্ধানহীন কাৰ্বি আংলঙৰ মাঞ্জা নিবাসী হাইদৰ আলী।ডিফুৰ জিলা পৰিবহণ কাৰ্যালয়ৰ কৰ্মচাৰী হাইদৰ আলীৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। উদ্বিগ্ন পত্নী আৰতি তিমুংপীৰ এই সন্দৰ্ভত মাঞ্জা থানাত এজাহাৰ দাখিল।কোনোলোকে ব্যক্তিজনৰ সন্ধান পালে ৮১৩৪৯-৯১৭১৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।।

You might also like
Leave A Reply

Your email address will not be published.