অসমত দ্বিতীয়বাৰৰ বাবে ডুৰাণ্ড কাপ ফুটবল!

নিউজ ডেস্কঃ-

সমবাসীৰ বাবে সু-খবৰ। এছিয়া মহাদেশৰ আটাইতকৈ পুৰণি ক্লাব ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপ অসমত দ্বিতীয়বাৰৰ বাবে আৰম্ভ হ’ব। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ১৩২ সংখ্যক সংস্কৰণত ভাৰত বাংলাদেশ, নেপালৰ মুঠ বাৰতা দলে অংশগ্ৰহণ কৰিব। অহা ৩ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। অহা ৫ আগষ্টত ডুৰাণ্ড কাপৰ উদ্বোধন হ’ব কোকৰাঝাৰত। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।।

You might also like
Leave A Reply

Your email address will not be published.