আজি ৩ আগষ্ট

▶️আজি বিশ্ব বন্ধুত্ব দিৱস।
▶️১৩৪৭ চনৰ আজিৰ দিনটোতেই আলাউদ্দিন হাছান ওৰফে জাফৰ খানে বাহমনি সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই উমেশ চন্দ্ৰ বন্দোপাধ্যায়ৰ সভাপতিত্বত মুম্বাইত আৰম্ভ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিবেশন।
▶️১৯১৪ চনৰ এই দিনটোতেই প্ৰথম মহাসমৰত ফ্ৰান্সৰ বিৰুদ্ধে জাৰ্মানীৰ যুদ্ধ ঘোষণা।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই নাইজাৰৰ স্বাধীনতা লাভ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই এংগোলা, মোজাম্বিক আৰু গিনি বিচাওৰ স্বাধীনতা লাভ।
▶️১৮৮৬ চনৰ আজিৰ দিনটোতেই হিন্দী সাহিত্যৰ বিশিষ্ট পণ্ডিত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই গাইসালৰ ৰে’ল দুৰ্ঘটনাৰ নৈতিক দায়িত্ব মানি তদানীন্তন ৰে’লমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰিছিল যদিও প্ৰধানমন্ত্ৰীৰ অগ্ৰাহ্য।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ‘নৰ্মদা বাচাও’ আন্দোলনত সাহিত্যিক অৰুন্ধতী ৰয়ৰ অংশগ্ৰহণ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই কানাডাৰ এডমন্টনত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ আৰম্ভ হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বানপানীৰ সংহাৰী ৰূপত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন হোৱাৰ ফলত শতাধিক জীৱ-জন্তুৰ প্ৰাণহানী।
▶️১৯৫৯ চনৰ এই দিনটোতেই কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ দেহাৱসান ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.