অসম-মেঘালয় সীমান্তত অবৈধ বাৰ্মিজ চুপাৰিসহ আটক ৯ সৰবৰাহকাৰীক

নেচনেল ডেস্ক:

অসম-মেঘালয় সীমান্তত অবৈধ বাৰ্মিজ চুপাৰিসহ আটক ৯ সৰবৰাহকাৰীক । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কাছাৰ জিলাৰ ডিগাৰখালত জব্দ কৰে ১৮০০ বেগ বাৰ্মিজ চুপাৰি কঢ়িয়াই অনা ৭খনকৈ ট্ৰাক। চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অবৈধভাৱে সৰবৰাহ কৰিছিল বাৰ্মিজ চুপাৰিখিনি।

উদ্ধাৰ হোৱা বাৰ্মীজ চুপাৰি খিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা বুলি জানিব পৰা গৈছে। আটকাধীন অভিযুক্ত কেইটা ট্ৰাককেইখনৰ চালক আৰু সহায়ক।।

You might also like
Leave A Reply

Your email address will not be published.