নিজ কন্যাক হত্যা কৰি বস্তাত ভৰাই উটুৱাই দিলে পিতৃয়ে

নেচনেল ডেস্ক

ত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । বাধা নামানি প্ৰেমৰ সম্পৰ্ক ৰক্ষাৰ বাবেই এগৰাকী ১৬ বছৰীয়া কিশোৰীক হত্যা কৰিলে নিজ পিতৃয়ে । জানিব পৰা মতে কিশোৰী গৰাকীৰ একে গাঁৱৰে এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। ঘৰৰ বাধাক অমান্য কৰি প্ৰেমৰ সম্পৰ্ক চলাই যোৱাৰ বাবেই কিশোৰী গৰাকীক পিতৃয়ে হত্যা কৰি নদীত পেলাই দিয়ে। আৰক্ষীয়ে এই ঘটনাৰ পাছতে পিতৃ ৰাধেশ্যাম কেৱত,ককাক সীতাৰাম আৰু লাহৰী নামৰ আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.