আজি মাতৃ দিৱস!

আইৰ সমান হ’ব কোন,নৈৰ সমান ব'ব কোন!

নিউজ ডেস্কঃ

ইৰ সমান হ’ব কোন,নৈৰ সমান ব’ব কোন!

আজি মাতৃ দিৱস৷ প্ৰতি বছৰৰ মে’ মাহৰ এই দিনটোত বিশ্বজুৰি পালন কৰা হয় মাতৃ দিৱস৷ প্ৰতিগৰাকী মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হয় এই বিশেষ দিনটো৷প্ৰচণ্ড ধুমুহাকো নেওচি হালি নপৰা গছ হৈ সন্তানক আৱৰি ৰখা গৰাকীয়েই মমতাময়ী মাতৃ৷ মাত্ৰ এটা শব্দ ‘মা’,য’ত সংপৃক্ত বুকুৰ সমস্ত মৰম!এটা বৰ্ণৰে গঠিত এই শব্দটোত লুকাই আছে ত্যাগ-মমতা-প্ৰাপ্তিৰ চিৰন্তন সত্য৷
আজিৰ এই বিশেষ দিনটোত প্ৰতিগৰাকী মাতৃলৈ যাঁচিছো সশ্ৰদ্ধ প্ৰণাম৷।

You might also like
Leave A Reply

Your email address will not be published.