আজি ১০ মাৰ্চ

➡️১৯২২ গুজৰাটৰ সবৰমতী আশ্ৰমৰ কাষত প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক গ্রেপ্তাৰ।
➡️১৯৩৫ প্রথম অসমীয়া চলচ্চিত্র ‘জয়মতী’ৰ মুক্তি। ছবিখনে এই দিনটোত কলকাতাত আৰু ২০ মাৰ্চত গুৱাহাটীত মুক্তি লাভ কৰে। ছবিখনৰ নিৰ্মাতা আছিল জ্যোতিপ্রসাদ আগৰৱালা।
➡️১৯৩৯ মধ্য প্রদেশৰ ত্ৰিপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে জাতীয় কংগ্ৰেছৰ ৫২তম বার্ষিক অধিৱেশন আৰম্ভ। এই অধিৱেশনত সভাপতিত্ব কৰে নেতাজী সুভাষ চন্দ্র বসুৱে।
➡️১৯৪৭ বর্তমানলৈকে একেৰাহে প্রকাশ হৈ থকা অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰিকাকত ‘জনমভূমি’ৰ প্রকাশ।
➡️১৯৬৬ নেদাৰলেণ্ডছৰবিজ্ঞানী ফ্রিড্ জাৰনাইকৰ মৃত্যু।তেওঁ ১৯৫৩ চনত পদার্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️২০০৫ ঝাৰখণ্ডৰমুখ্য মন্ত্রী শিবু ছোৰেণৰ পদত্যাগ।

You might also like
Leave A Reply

Your email address will not be published.