আজি ১১ মাৰ্চ

➡️১৮৯১ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্য়েষ্ঠ ভাতৃ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্য়া প্ৰজ্ঞা সুন্দৰী দেৱীৰ সৈতে লক্ষ্মীনাথ বেজবৰুৱাৰ বিবাহ।

➡️১৯৫৫ চনত ইংৰাজ জীৱাণু বিজ্ঞানী ছাৰ আলেকজেণ্ডাৰ ফ্লেমিঙৰ মৃত্য়ু।

➡️১৯৭০ চনৰ মাৰ্কিন ৰহস্য় ঔপন্য়াসিক আৰ্ল ষ্টেনলি গাৰ্ডনাৰৰ মৃত্য়ু।

➡️২০০১ চনত ভাৰতৰ ‘বেডমিন্টন চেম্পিয়নশ্বিপ’ খিতাপ অৰ্জন।

➡️২০০৫ চনত ভূপালত এটি ষোল্লমহীয়া শিশুৰ পেটত ওঠৰটা বেজী উদ্ধাৰ।

➡️আজিৰ দিনটোতে ঝাৰখণ্ডৰ মুখ্য় মন্ত্ৰী হিচাপে অৰ্জুন মুণ্ডাৰ শপত গ্ৰহণ।

➡️২০০৮ চনৰ আজি দিনটোতে সাহিত্য়িক পদ্ম বৰকটকীৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.