আজি ১১ ছেপ্টেম্বৰ

▶️১৮৯৩ চনৰ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ চিকাগোৰ ধৰ্ম সন্মিলনত ভাষণ প্ৰদান।
▶️১৯৩৩ চনৰ এই দিনটোতেই ইংৰাজ সমাজসেৱিকা,সংস্কাৰক এনি বেছান্টৰ মৃত্যু ঘটিছিল।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই মহম্মদ আলী জিন্নাৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেন্টাৰৰ টুইন টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল।
▶️২০০৭ চনৰ এই দিনটোতেই পৃথিৱীত প্ৰতিদিনে ৩ হেজাৰ লোকে আত্মহত্যা কৰাৰ তথ্য প্ৰকাশ বিশ্ব স্বাস্থ্য সংস্থাৰ।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ আজিৰ দিনটোতেই ইংৰাজ ঔপন্যাসিক,কবি,গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.