আজি ১৪ মাৰ্চ

▶️১৮৭৯ চনৰ আজিৰ দিনটোতেই বিশ্ববিশ্ৰুত জাৰ্মান পদাৰ্থবিদ আৰু গণিতজ্ঞ এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল।
▶️১৮৮৩ চনৰ আজিৰ দিনটোতেই আধুনিক বৈজ্ঞানিক সমাজবাদৰ মূল প্ৰৱক্তা তথা কমিউনিষ্ট নেতা কাৰ্ল মাৰ্ক্সৰ মৃত্যু হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ ‘আলম আৰা’ৰ মুক্তি।
▶️১৯৬২ চনৰ আজিৰ দিনটোতেই পৰ্তুগীজ চৰকাৰৰ কৱলৰ পৰা গোৱা মুক্ত আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে ভাৰতৰ লগত অন্তৰ্ভুক্ত।
▶️১৯৯২ চনৰ এই দিনটোতেই তুৰস্কত হোৱা প্ৰবল ভূমিকম্পত ১,০০০ লোকৰ মৃত্যু হৈছিল।
▶️১৯৯২ চনৰ এই দিনটোতেই ৰাছিয়াৰ প্ৰসিদ্ধ সংবাদপত্ৰ ‘প্ৰাভদা’ৰ প্ৰকাশ বন্ধ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ভ্লাদিমিৰ পুটিন পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.