আজি ১৫ জুলাই

➡️১৯০৩ চনৰ আজিৰ দিনটোতে বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম হৈছিল।
➡️১৯১৯ চনৰ এই দিনটোতে প্ৰখ্যাত জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিছখাৰৰ মৃত্যু হৈছিল। হেৰমানে ১৯০২ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৫ চনৰ ১৫ জুলাই তাৰিখে পণ্ডিত জৱাহৰলাল নেহৰুলৈ ‘ভাৰতৰত্ন’ সন্মান ঘোষণা কৰা হৈছিল।
➡️১৯৭৭ চনৰ আজিৰ দিনটোতে ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ এই দিনটোতে আগ্ৰাত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক ‘আগ্ৰা শীৰ্ষ বৈঠক’ আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.