আজি ১৫ ফেব্ৰুৱাৰী

➡️১৪৮৩ ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ জন্ম।
➡️১৫৬৪ ইটালীৰ বিজ্ঞানী আৰু জ্যোতিৰ্বিদ গেলিলিঅ’ গেলিলিৰ জন্ম।
➡️১৮৬৯ উৰ্দু কবি মিৰ্জা গালিবৰ মৃত্যু।
➡️২০০২ চিত্ৰশিল্পী প্ৰণৱ বৰুৱাৰ মৃত্যু।
➡️২০০৪ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’লৈ প্ৰথম আই পি আই ইণ্ডিয়া বঁটা ।
➡️২০০৫ প্ৰীতি বৰুৱালৈ সাহিত্য একাডেমীৰ অনুবাদ বঁটা।

You might also like
Leave A Reply

Your email address will not be published.