আজি ১৭ জানুৱাৰী

➡️আজি শিল্পী দিৱস।
➡️আজিৰ দিনটোতেই ১৭০৬ চনত মাৰ্কিন ৰাজনীতিবিদ, বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ জন্ম।
➡️আজিৰ দিনটোতেই ইংৰাজ অভিযাত্ৰী জেমছ কুকৰ এণ্টাৰ্কটিকা তথা দক্ষিণ মেৰু আৱিষ্কাৰৰ অভিযান। কুমেৰু অতিক্ৰম কৰা তেৱেঁই প্ৰথম অভিযাত্ৰী।
➡️১৯৪২ চনত মুষ্টিযোদ্ধা মহম্মদ আলীৰ জন্ম।
➡️১৯৫১চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেহাৱসান।
➡️১৯৬১ চনত কংগোৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পেট্ৰিছ লুমুম্বাৰ মৃত্যু।
➡️১৯৬৮ চনত গুৱাহাটীত অসমৰ প্ৰথমটো চলচিত্ৰ ষ্টুডিঅ’ জ্যোতি চিত্ৰবন মুকলি।
➡️১৯৯১ চনত ইৰাকৰ বিৰুদ্ধে আমেৰিকাৰ যুদ্ধ ঘোষণা।
➡️১৯৯৯ চনত গুৱাহাটীত জ্যোতি চিত্ৰবন ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ উদ্বোধন।
➡️১৯৮৯ চনত কৰ্নেল জে কে বাজাজৰ দক্ষিণ মেৰু বিন্দুত পদাৰ্পন। দক্ষিণ মেৰুত পদাৰ্পন কৰা তেৱেঁই প্ৰথমগৰাকী ভাৰতীয়।

You might also like
Leave A Reply

Your email address will not be published.