আজি ১৭ ফেব্ৰুৱাৰী

➡️১৬১৮ সম্ৰাট জাহাংগীৰৰ আমোলৰ ব্ৰিটিছ ৰাষ্ট্ৰদূত টমাছ ৰোৰ ইংলেণ্ডলৈ প্ৰত্যাৱৰ্তন।
➡️১৬৭০ মোগলৰ হাতৰ পৰা শিৱাজীৰ সিংহগড় দুৰ্গ দখল।
➡️১৭৮১ ফৰাচী চিকিৎসক, ষ্টেথ’স্ক’পৰ আৱিস্কাৰক ৰেনি থিঅ’ফিল লেনেকৰ (Rene Tehophile Laennec)জন্ম।
➡️১৮৯০ আধুনিক টাইপ-ৰাইটাৰৰ আৱিষ্কাৰক ক্ৰিষ্টোফাৰ লেথাম ছলছৰ (Christhopher Lethum Scholes)মৃত্যু।
➡️১৯৭০ আধুনিক হিব্ৰু সাহিত্যৰ শ্ৰেষ্ঠ কথাশিল্পী ছেমুৱেল ইউছুফ আগনোনৰ (Shamuel Yosef Agnon) মৃত্যু।
➡️১৯৬৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯৯ হাজোত অসম সাহিত্য় সভাৰ পঞ্চষষ্ঠীতম অধিৱেশন আৰম্ভ।
➡️২০০৫ তিনিদিনীয়া কাৰ্যসূচীৰে ছীপাঝাৰৰ মংগল তীৰ্থত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ।
➡️২০০৭ বিশ্বৰ ভিতৰতে সৰ্বাধিক জলা জলকীয়া ৰূপে অসমৰ ভোট- জলকীয়াৰ স্বীকৃতি।

You might also like
Leave A Reply

Your email address will not be published.