আজি ১৮ ফেব্ৰুৱাৰী

গাম্বীয়াৰ স্বাধীনতা দিৱস।
➡️খ্ৰীষ্টপূৰ্ব ৩১০২ কলিযুগৰ আৰম্ভ।
➡️১৪৮৬ বংগৰ বৈষ্ণৱ কবি চৈতন্যদেৱৰ জন্ম।
➡️১৫৪৬ সংস্কাৰবাদী আনন্দোলৰ নেতা, ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ মৃত্য়ু।
➡️১৫৬৪ ইটালীৰ চিত্ৰশিল্পী, ভাস্কৰ মাইকেল এঞ্জেলোৰ মৃত্যু।
➡️১৬৭৮ ইংৰাজ সাহিত্য়িক জন বানিয়নৰ প্ৰথম গ্ৰন্থ ‘দি পিলগ্ৰিমছ প্ৰগ্ৰেছ’ৰ প্ৰথম খণ্ড প্ৰকাশ।
➡️১৮৩৬ ৰামকৃষ্ণ পৰমহংসৰ জন্ম।
➡️১৮৮৫ মাৰ্কিন সাহিত্য়িক মাৰ্ক টোৱেইনৰ প্ৰসিদ্ধ গ্ৰন্থ ‘দি এডভেন্সাৰ্ছ অব্ হাকলবেৰী ফিন’ৰ প্ৰথম প্ৰকাশ।
➡️১৯১১ বিশ্বত বিমানযোগে ডাক পৰিবহন ব্য়ৱস্থাৰ সূচনা। প্ৰথম বিমান ডাক প্ৰেৰণ কৰা হৈছিল এলাহাবাদৰ ওচৰৰ বামৰাওলিৰ পৰা গংগা নদীৰ সিপাৰৰ নাইনিলৈ। দূৰত্ব প্ৰায় ১০ কিলোমিটাৰ। (৬ মাইল)
১৯২৪ সাহিত্যিক হিতেশ ডেকাৰ জন্ম।
➡️১৯৩১ নোবেল জয়ী মাৰ্কিন লেখিকা টনি মৰিছনৰ (প্ৰকৃত নাম কোল এন্টনী ৱফোৰ্ড) জন্ম। ১৯৯৩ চনত সাহিত্য়ৰ নোবেল বঁটাৰে সন্মানিত।
ভাৰতীয় উদ্যোগপতি স্বৰাজ পালৰ জন্ম।
➡️১৯৪৫ কলিযুগৰ অন্ত।
➡️১৯৪৬ বোম্বাই (মোম্বাই) নৌ-বিদ্ৰোহ আৰম্ভ। ৭ হাজাৰ ভাৰতীয় নৌ-সেনাৰ এই বিদ্ৰোহত অংশগ্ৰহণ।
➡️১৯৫১ নেপালত সাংবিধানিক ৰাজতন্ত্ৰ প্ৰতিষ্ঠা।
➡️১৯৫৩ বিশ্বৰ প্ৰথমখন ত্ৰিমাত্ৰিক ছবি ‘বিৱানা ডেভিল’ৰ (Bwana Devil) মুক্তি।
➡️১৯৫৯ অইল ইণ্ডিয়া লিমিটেডৰ জন্ম।
➡️১৯৬৭ মাৰ্কিন বিজ্ঞানী ৰবাৰ্ট অপেনহেইমাৰৰ মৃত্যু।
➡️২০০৭ গুৱাহাটীত অনুষ্ঠিত

You might also like
Leave A Reply

Your email address will not be published.