আজি ১ ডিচেম্বৰ

➡️আজি বিশ্ব এইড্ছ দিৱস।
➡️১৯৩৫ বৰ্তমানৰ ফ্ৰান্স, ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ মৃত্যু। ৰজা হেনৰীৰ ভাগিনীয়েক ষ্টিফেনৰ ইংলেণ্ডৰ ৰাজ সিংহাসন দখল। আৰু গৃহযুদ্ধ আৰম্ভ।
➡️১৯৫৭ নগা বসতিপ্ৰধান অঞ্চলক লৈ ‘নাগা হিল্ছ টুৱেংচাং এৰিয়া’ গঠন।
➡️১৯৫৯ ঐতিহাসিক ‘এন্টাৰ্কটিকা ট্ৰিটী’ স্বাক্ষৰিত।
➡️১৯৬৩ নাগালেণ্ডক ভাৰতৰ পূৰ্ণৰাজ্যৰ স্বীকৃতি।
➡️১৯৬৪ ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজননতাত্ত্বিক জে বি এছ হলডেনৰ মৃত্যু।
➡️১৯৯৯ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা বি বি চিৰ সমীক্ষাত মহাত্মা গান্ধী ‘শতিকাৰ শ্ৰেষ্ঠ এছীয়’ আৰু ইন্দিৰা গান্ধী ‘সহস্ৰাব্দৰ শ্ৰেষ্ঠ মহিলা’ ৰূপে নিৰ্বাচিত।
➡️১৯৮১ পষেকীয়া বাৰ্তালোচনা ‘প্ৰান্তিক’ৰ প্ৰথম প্ৰকাশ। প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ডঃ ভবেন্দ্ৰ নাথ শইকীয়া, সম্পাদক প্ৰদীপ বৰুৱা।
➡️১৯৯০ বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু।
➡️২০০৪ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ভাৰতৰ জয়।
➡️২০০৪ সম্পূৰ্ণ কেৰিয়াৰ বিষয়ক প্ৰথম আৰু একমাত্ৰ অসমীয়া আলোচনী ‘মাহেকীয়া কেৰিয়াৰ গাইড’ৰ প্ৰকাশ। সম্পাদকঃ প্ৰীতিমা কৌশিক বৰুৱা।
➡️২০০৬ কাটাৰৰ দোহাত পঞ্চদশ এছিয়ান গেমছ্ আৰম্ভ। ১৫ ডিচেম্বৰত এই ক্ৰীড়া সমাৰোহৰ সামৰণি পৰে।

You might also like
Leave A Reply

Your email address will not be published.