আজি ২২ ফেব্ৰুৱাৰী

আজি ২২ ফেব্ৰুৱাৰী
➡️চিন্তন দিৱস।
➡️১৫১২ ইটালীৰ নাৱিক,অভিযাত্ৰী আমেৰিগো ভেছপুচিৰ মৃত্য়ু।
➡️১৭৩২ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জন্ম।
➡️১৮৫৭ বয় স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ জন্ম।
➡️১৮৮৫ কবি মহম্মদ ইকবালৰ জন্ম।
➡️১৯০৬ বিশিষ্ট কবি, শিক্ষাবিদ হুমায়ুন কবীৰৰ জন্ম।
➡️১৯১৪ কবি ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ জন্ম।
➡️১৯৯৬ জাৰ্মান বিজ্ঞানীৰ এটা দলে এক নতুন মৌলিক পদাৰ্থৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে। ১১২ নং এই মৌলিক পদাৰ্থ জিংক,কেডমিয়াম আৰু পাৰাতকৈ গধুৰ।
➡️২০০৫ ইৰাণত ভয়ংকৰ ভূমিকম্প, সহস্ৰাধিকৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.