আজি ২৪ ফেব্ৰুৱাৰী

➡️এষ্টোনিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️কেন্দ্ৰীয় আবকাৰী দিৱস।
➡️১৩০৪ আৰব দেশীয় পৰ্যটক ইবন বটুতাৰ জন্ম।
➡️১৮১০ ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ মৃত্য়ু।
➡️১৮২৬ মান আৰু ইংৰাজৰ মাজত ব্ৰহ্মদেশৰ (ম্য়ানমাৰ) ইয়াণ্ডাবুত ঐতিহাসিক ‘ইয়াণ্ডাবু সন্ধি’। এই সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ অধীন হয়।
➡️১৯৩৮ স্বায়ত্তশাসিত অসমৰ প্ৰথম ৰাজ্য়পাল ৰূপে হেনৰী যোছেফ টুইনামৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৩৯ চনৰ ৪ অক্টোবৰলৈ এওঁ অসমৰ ৰাজ্য়পাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯১ এষ্টোনিয়াৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠা।
➡️২০০১ ৰাছিয়া আৰু চীনৰ মিছাইল ধ্বংস কৰা ক্ষোপণাস্ত্ৰ নিৰ্মাণৰ যুটীয়া চুক্তি স্বাক্ষৰিত।
➡️২০০২ মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্ৰদান।
➡️২০০৬ জি টিভিৰ সংগীত প্ৰতিযোগিতাত অসমৰ দেৱজিৎ সাহা ‘ভাৰত কন্ঠ’ ৰূপে বিজয়ী।

You might also like
Leave A Reply

Your email address will not be published.