আজি ২৬ জুন

▶️আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছবিৰোধী দিৱস।
▶️১৫৩৯ চনৰ আজিৰ দিনটোতেই বক্সাৰৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুনৰ পৰাজয়।
▶️১৮২৪ চনৰ এই দিনটোতেই ইংৰাজ বিজ্ঞানী উইলিয়াম থমছন কেলভিনৰ জন্ম হৈছিল।
▶️১৮৯২ চনৰ এই দিনটোতেই মাৰ্কিন মহিলা সাহিত্যিক পাৰ্ল এছ বাকৰ জন্ম হৈছিল।
▶️১৯৪৫ চনৰ এই দিনটোতেই ৫১ খন দেশৰ প্ৰতিনিধিৰে ‘ৰাষ্ট্ৰসংঘৰ চনদ’ (United Nation Charter) প্ৰস্তুত।
▶️১৯৪৯ চনৰ আজিৰ দিনটোতেই ‘নতুন অসমীয়া’ৰ প্ৰকাশ।
▶️১৯৫৪ চনৰ এই দিনটোতেই চীনৰ তদানীন্তন প্ৰধানমন্ত্ৰী চৌ এন লাইৰ ভাৰত ভ্ৰমণ।
▶️১৯৮০ চনৰ এই দিনটোতেই বংগোপসাগৰত খাৰুৱা তেলৰ সন্ধান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱাৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.