আজি ২৮ নৱেম্বৰ

➡️১৮২০ বিজ্ঞানী, সমাজবাদ তত্ত্বৰ অন্যতম প্ৰতিষ্ঠাপক ফ্ৰডৰিক এঞ্জেলছৰ জন্ম।
➡️১৯১৫ অষ্ট্ৰিয়া আৰু বুলগেৰিয়াৰ ছাৰ্বিয়া অধিকাৰ।
➡️১৯৫৪ ইটালীৰ নিউক্লীয় পদাৰ্থ বিজ্ঞানী এনৰিকো ফাৰ্মিৰ মৃত্যু। ১৯৩৮ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৬০ পশ্চিম আফ্ৰিকাৰ দেশ মাৰিটানিয়াৰ পূৰ্ণ স্বাধীনতা লাভ।
➡️১৯৯০ অসমত ৰাষ্ট্ৰপতি শাসন, আলফা আৰু এন এছ চি এনক নিষিদ্ধ ঘোষণা।
➡️১৯৯৮ অসম সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি ৰূপে চন্দ্ৰ প্ৰসাদ শইকীয়া মনোনীত।
➡️১৯৯৮ দিল্লী, ৰাজস্থান, মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বিপুল জয়, মিজোৰাম পিপুলছ কনফাৰেন্সৰ জোঁট।
➡️২০০৪ দুবছৰীয়া কাৰ্যকালৰ বাবে কনকসেন ডেকা অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.