আজি ২৯ নৱেম্বৰ

➡️১৯৮৯ প্ৰধানমন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীৰ পদত্যাগ
➡️১৯৫১ চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ মৃত্যু।
➡️১৯৬১ মাৰ্কিন মহাকাশ যানেৰে চিম্পাঞ্জী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ। মহাকাশ-বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
➡️১৯৮৮ বাংলাদেশত প্ৰচণ্ড ঘূৰ্ণিত সহস্ৰাধিক লোক নিহত, বহু ঘৰ-দুৱাৰ ধ্বংস।
➡️১৯৯০ ভাৰতীয় প্ৰযুক্তিৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপণাস্ত্ৰ ‘নাগ’ৰ সফল উৎক্ষেপণ।
➡️১৯৮৯ নৱম লোকসভা নিৰ্বাচন ক্ষমতাৰ পৰা কংগ্ৰেছৰ অপসাৰণ ৰাষ্ট্ৰীয় মৰ্চাৰ চৰকাৰ গঠনৰ উদ্যোগ।
➡️১৯১৭ জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ। আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক।
➡️১৯৪৫ যুগোশ্লাভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা।
➡️১৯৯৪ নেপালৰ কমিউনিষ্ট পাৰ্টীৰ নেতা মনমোহন অধিকাৰী দেশখনৰ প্ৰধানমন্ত্ৰী।
➡️১৯৮৬ সমাজবাদী কংগ্ৰেছৰ নেতা শাৰদ পাৱাৰৰ কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত।
➡️১৯৯১ নতুন শিল্প আৰু অৰ্থনৈতিক নীতিৰ প্ৰতিবাদত দেশজুৰি শিল্পোদ্যোগ আৰু বেংকত ধৰ্মঘট।
➡️২০০২ বিশিষ্ট শিল্পী ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.