আজি ২৯ মাৰ্চ

➡️১৮২৭ চনত বিশ্বৰ প্ৰসিদ্ধ সংগীতজ্ঞ তথা সুৰকাৰ বিথোভেনৰ (সম্পুৰ্ণ নাম লুডউইগ ভান বিথোভেন) মৃত্যু।
➡️১৮৫৭ চনত বেৰেকপুৰৰ সেনা ছাউনীত মংগল পাণ্ডেৰ গুলীচালনাত এজন ইংৰাজ সেনা বিষয়াৰ মৃত্যু। চিপাহী বিদ্ৰোহৰ সূচনা।
➡️১৯২৭ চনত ব্ৰিটিছ জীৱবিজ্ঞানী জন আৰ ভানৰ জন্ম। ১৯৮২ চনত তেওঁ চিকিৎসাবিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৩১ চনত কৰাচীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৫তম অধিৱেশন আৰম্ভ। তিনিদিনীয়া এই অধিৱেশনত সভাপতিত্ব কৰে চৰ্দাৰ বল্লভভাই পেটেলে।
➡️১৯৪৩ চনত সৰ্বৰকনিষ্ট পাৰ্টীৰ নাম সলনি, নতুন নাম ডেমক্ৰেটিক লেফট।
➡️২০০৪ চনত পাকিস্তানৰ বিৰুদ্ধে ৩০৯ ৰান কৰি ভাৰতীয় ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগৰ নতুন ৰেকৰ্ড স্থাপন।
➡️২০০৫ চনত ইণ্ডোনেছিয়াত ভূমিকম্প, সহস্ৰাধিক লোকৰ মৃত্যু।
➡️ফ্ৰেক্টৰী আইন সংশোধনত কেবিনেটৰ অনুমোদন।

You might also like
Leave A Reply

Your email address will not be published.