আজি ২ আগষ্ট

➡️১৯২২ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী, টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু হৈছিল।
➡️১৯৫৪ চনৰ এই দিনটোতে পৰ্তুগীজৰ হাতৰ পৰা নগৰ হাভেলী মুক্ত হৈছিল।
➡️১৯৯৯ চনৰ ২ আগষ্ট তাৰিখে গাইসালত ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ-আসামৰ মুখামুখি সংঘৰ্ষত চাৰি শতাধিক লোক নিহত হৈছিল।
➡️১৯৩৮ চনৰ আজিৰ দিনটোতে ৰোমান্টিক কবি, ‘জোনাকী’ৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হৈছিল।
➡️১৭৬৩ চনৰ এই দিনটোতে ব্ৰিটিছ সৈন্যৰ হাতত মীৰকাছিম পৰাস্ত হৈছিল।
➡️১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত ছোনিৰা বেলিয়াপ্পা মুথাম্মাৰ হাংগেৰীৰ ৰাষ্ট্ৰদূত ৰূপে কাৰ্যভাৰ গ্ৰহণ।।

 

You might also like
Leave A Reply

Your email address will not be published.