আজি ২ ফেব্ৰুৱাৰী

▶️আজি বিশ্ব জলাশয় দিৱস।
▶️১৮১৪ চনৰ এই দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমটো যাদুঘৰ ‘ইণ্ডিয়ান মিউজিয়াম’ প্ৰতিষ্ঠা।
▶️১৮৬২ চনৰ আজিৰ দিনটোতেই কলকাতাত ভাৰতৰ প্ৰথমখন উচ্চ ন্যায়ালয় স্থাপন।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই আইৰিচ ঔপন্যাসিক জেমছ জয়চৰ জন্ম হৈছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ ৰসায়নবিদ ডমিট্ৰি আইনভান’ভিচ মেণ্ডেলিয়েডৰ মৃত্যু হৈছিল।
▶️১৯৭০ চনৰ এই দিনটোতেই ইংৰাজ দাৰ্শনিক, সাহিত্যিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু হৈছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই হলীউডৰ শতবাৰ্ষিকী উদযাপন।
▶️১৯৮৮ চনৰ এই দিনটোতেই সাহিত্যিক ত্ৰৈলোক্যনাথ গোস্বামীৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই মৃণাল সেনক ২০০৩ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.