আজি ৪ এপ্ৰিল

➡️আজি আন্তজাৰ্তিক খনি সজাগতা দিৱস।
➡️ছেনেগালৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৯০৪ চনত প্ৰসিদ্ধ ভাৰতীয় কণ্ঠশিল্পী কুন্দনলাল ছাইগলৰ জন্ম।
➡️১৯৪৫ চনত উত্তৰ আট্লান্টিক চুক্তি স্বাক্ষৰিত হয়।
➡️১৯৪৬ চনত ৰেডেৰিক চালমাৰছ বৰ্নে অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই বছৰৰে ৩ ছেপ্টেম্বৰলৈকে তেওঁ ৰাজ্যপালৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৪৯ চনত ঘাইকৈ সামৰিক সহযোগিতাৰ বাবে বিশ্বৰ কেইখনমান উন্নত দেশৰ সংগঠন ‘নাটো'(NATO) গঠন হয়।
➡️১৯৬৮ চনত মাৰ্টিন লুথাৰ কিঙৰ মৃত্যু হয়।
➡️১৯৭৫ চনত সাংবাদিক-গল্পকাৰ লক্ষ্মীনাথ ফুকনৰ মৃত্যু হয়।
➡️১৯৭৯ চনত পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ ফাঁচি।
➡️১৯৮৪ চনত ভাৰতীয় মহাকাশচাৰী হিচাপে ৰাকেশ শৰ্মাৰ ছোভিয়েট-ভাৰত যুটীয়া মহাকাশ অভিযানত মহাকাশলৈ যাত্ৰা। উল্লেখযোগ্য যে মহাকাশলৈ যোৱা ৰাকেশ শৰ্মাই হ’ল প্ৰথমগৰাকী ভাৰতীয় মহাকাশচাৰী।
➡️২০০০ চনত ৰংঘৰৰ বাকৰিত ৫৩২ জন বিদ্ৰোহীৰ আত্মসমৰ্পণ।
➡️২০০২ চনত গুৱাহাটীৰ পৰা বেংককলৈ প্ৰথমবাৰৰ বাবে বিমান সেৱা মুকলি কৰা হয়।
➡️২০০৩ চনত ৰাজ্য চৰকাৰৰ দ্বৰা গঁড়,দেওহাঁহ,কপৌফুল আৰু হোলোং গছক জাতীয় সম্পদৰ মৰ্যদা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.