আত্মঘাটী বোমাৰুৰ আক্ৰমণ!

বিষ্ফোৰণত থিতাতে মৃত্যু কমেও ৯ জনকৈ কনিষ্টবলৰ

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ পাকিস্তানত আৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ আত্মঘাটী আক্ৰমণ। পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হয় এই ভয়ংকৰ আত্মঘাটী বোমাৰুৰ আক্ৰমণ। আৰক্ষী কনিষ্টবল কঢ়িয়াই অনা এখন বাহনৰ পিছফালে মটৰ চাইকেলেৰে অহা আত্মঘাটী বোমাৰুয়ে খুন্দা মাৰি বিষ্ফোৰণ সংঘটিত কৰে। বিষ্ফোৰণত থিতাতে মৃত্যু কমেও ৯ জনকৈ কনিষ্টবলৰ। বিষ্ফোৰণত ১৫ জন কনিষ্টবল গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়। ঘটনাটো সংঘটিত হয় ৰাজ্যখনৰ বোলান অঞ্চলৰ কাম্ব্ৰি ব্ৰিজৰ ওপৰত।।

You might also like
Leave A Reply

Your email address will not be published.