আৰক্ষীৰ জিম্মাতে আত্মহত্যাৰ চেষ্টা!

যোৱা ৯ ডিচেম্বৰত নতুন দিল্লীৰ ৰোহিনী আদালতত IED সংস্থাপনৰ অভিযোগত আটকাধীন প্ৰতিৰক্ষা বিজ্ঞানী ভাৰত ভূষণ কাটাৰীয়াৰ আত্মহত্যাৰ চেষ্টা।আৰক্ষীৰ জিম্মাতে হেণ্ড ৱাশ্ব সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলোৱা বিজ্ঞানীজনক ততাতৈয়াকৈ এইমচ হস্পিতালত ভৰ্তি কৰোৱা হয়। যোৱা ৯ ডিচেম্বৰত ৰোহিনী আদালত চৌহদত এটা টিফিন বক্সৰ ভিতৰত নিজৰ প্ৰতিবেশীক হত্যাৰ পৰিকল্পনাৰে শক্তিশালী IED সংস্থাপন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল DRDOৰ বিজ্ঞানী কাটাৰীয়াক।।

You might also like
Leave A Reply

Your email address will not be published.