বিজেপিলৈ কংগ্ৰেছৰ আৰু এজন বিধায়ক!

বিধান সভাৰ শীতকালিন অধিবেশনৰ প্ৰথম দিনটোতেই কংগ্ৰেছত আন এক মোক্ষম আঘাত! গেৰুৱা হোৱাৰ পথত ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস।আজি শাসকৰ পক্ষত থকাৰ আগ্ৰহ প্ৰকাশ কৰা বিৰোধী বিধায়ক জনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই বিধান সভা ভবনতে গামোছা পিন্ধাই আদৰণি জনায়।অবশ্যে পৰোক্ষ ভাবে বিজেপিলৈ আদৰণি জনায়ো মুখ্যমন্ত্ৰীৰ মন্তব্য- আগন্তুক দিনত শাসকৰ পক্ষত থাকিব লগা ৰহাৰ বিধায়কজনে বিজেপিত যোগদান কৰা নকৰাটো কিছুদিন পাছতহে আনুষ্ঠানিক হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.