কুমাৰীকাটাত গাঞ্জাসহ আটক দুটা সন্দেহজনক সৰবৰাহকাৰী!

ব্যুৰ’ ৰিপ’ৰ্ট

গাঞ্জাৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষীৰ সফল অভিযান।মঙলবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত ইক্ৰাজুলী গাঁৱত প্ৰায় ২ কেজি ৯৫ গ্ৰাম গাঞ্জাসহ আটক দুটা সন্দেহজনক গাঞ্জা সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰী দুজন সুহাগপুৰৰ হৰেশ্বৰ বড়ো আৰু লাওপাৰাৰ বুদং ঠাকুৰ বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.