ছোমালিয়াত ভয়ংকৰ বিষ্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

বুধবাৰে পুৱা ছোমালিয়াত সংঘটিত হয় ভয়ংকৰ বিষ্ফোৰণ। দেশখনৰ মহাছ চহৰত গাড়ীত সংস্থাপন কৰা বোমা বিষ্ফোৰণত কমেও ৯ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন কেইবাজনো লোক। বিস্ফোৰণটো সংঘটিত হয় মহাছ জিলা প্ৰশাসন ভৱনৰ পৰা অলপ দূৰৈত থকা এখন ৰেষ্টুৰেণ্টৰ সমীপত। ইফালে এই আক্ৰমণৰ বাবে আল-ছাবাব সংগঠনৰ উগ্ৰপন্থীক দোষাৰোপ কৰে স্থানীয় নিৰাপত্তা বিষয়াই।।

You might also like
Leave A Reply

Your email address will not be published.