জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ!

শুকুৰবাৰে পুৱা সংঘটিত সংঘৰ্ষত নিহত হয় এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষী আৰু লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। শুকুৰবাৰে পুৱা সংঘটিত সংঘৰ্ষত নিহত হয় এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ৰাজৌৰীৰ দাসল মেহাৰী গাঁও অঞ্চলত সংঘটিত হয় এই সংঘৰ্ষ ।

এক গোপন খবৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বনাঞ্চলত ঘেৰাও কৰি চলাইছিল তালাচী অভিযান । অভিযানৰ সময়তে নিৰাপত্তা বাহিনীলৈ লক্ষ্য কৰি মাজনিশা আক্ৰমণ চলাইছিল আত্মগোপনকাৰী সন্ত্ৰাসবাদীৰ দলে।।

You might also like
Leave A Reply

Your email address will not be published.