ডবকাত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ!

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ আন এক সফলতা।হোজাইৰ ডবকাত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। এখন বেলিন’ বাহনত কৌশলপূৰ্ণ ভাবে কঢ়িয়াই আনিছিল ড্ৰাগছ। ৬১ টা চাবোনৰ বাকচত আনিছিল ৬৮০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন। আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে বহিঃৰাজ্যৰ ২ সৰবৰাহকাৰীক। আৰক্ষীৰ এই সফলতাক প্ৰশংসা মুখ্যমন্ত্ৰীৰ।।

You might also like
Leave A Reply

Your email address will not be published.