বকফুল কি আৰু কিয় খাব লাগে?

জানো আহক....

নিউজ ডেস্ক:

কফুল কি আৰু কিয় খাব লাগে? জানো আহক….

অসমীয়াৰ মুখৰূচিকৰ এবিধ খাদ্য হ’ল বক ফুল ৷এই ফুলবিধ জহ কালি হয় ৷ এই গছবোৰৰ উচ্চতা প্ৰায় ১০/১২ ফুট মান হয় ৷ বক ফুল দুইধৰনৰ – ৰঙা আৰু ব’গা বক ফুল ৷
বকফুল ঘিঁ লগত ভাজি খালে কুকুৰীকণা বেমাৰ ভাল হয় বুলি জনবিশ্বাস আছে। এসময়ত দেখা গৈছিল প্ৰায় সকলোৰে ঘৰেঘৰে বক ফুল ফুলি থকা ৷ বজাৰতো বিক্ৰী হৈছিল ৷ গছবোৰ ফলদায়ক।বক ফুল পূৰঠ হ’লে তাৰ পৰা চেই ওলাই থিক লেচেৰাৰ দৰে ৷ চেইৰ ভিতৰত থকা পূৰঠ গুটি বোৰ সাঁচি ৰাখি পিছলৈ ৰুব পাৰি ৷
অসমীয়াৰ খাদ্য তালিকাৰ ভিতৰত বক ফুলৰ ভাজিও অন্যতম ৷
বক ফুলৰ বৈজ্ঞানিক নাম- Sesbania grandiflora.

You might also like
Leave A Reply

Your email address will not be published.