বিশ্বখ্যাত কেডাৰনাথৰ প্ৰৱেশ দ্বাৰত জিলিকিল অসমৰ জাপি

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ'ল কেদাৰনাথ ধামৰ দুৱাৰ

 

তীৰ্থযাত্ৰীৰ বাবে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ৷ কেদাৰনাথ ধাম মুকলি হোৱাৰ লগে লগে মঙলবাৰে অসমীয়াৰ স্বাভিমান জাপিৰে সজাই পৰাই টোলা হ’ল মন্দিৰৰৰ মূল প্ৰৱেশদ্বাৰ।
কেদাৰনাথ মন্দিৰটো শিল্প আৰু সংস্কৃতিৰ অনন্য সমাহাৰেৰে সজ্জিত হৈ আছে৷

You might also like
Leave A Reply

Your email address will not be published.