বিহু মাৰিবলৈ গৈ উভতি নাহিল বিহুৱতী!

নিউজ ডেস্ক

 

জোনাইৰ মুনমুনি গালীঘাটত ধুমুহাৰ ফলত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা । দুৰ্ঘটনাত মৃত্যুমুখত পৰে এগৰাকী মহিলা । জানিব পৰা মতে, দেওবাৰে সন্ধিয়া বিহু মাৰি এখন নাৱেৰে ঘৰলৈ উভতি অহাৰ সময়তে ধুমুহাৰ কবলত পৰি মৃত্যুমুখত পৰে মহিলাগৰাকী । মহিলাৰ গৰাকী পানীত ডুব যোৱাৰ বিপৰীতে নাওখনত থকা বাকী ৮ গৰাকী বিহুৱা-বিহুৱতীয়ে সাঁতুৰি প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়।।

You might also like
Leave A Reply

Your email address will not be published.