আজি ২৪ এপ্ৰিল

▶️আজি মানৱ একতা দিৱস।
▶️খ্ৰীষ্টপূৰ্ব ৬২৫ৰ আজিৰ দিনটোতেই জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰয়াণ ঘটিছিল।
▶️১৭৩১ চনৰ আজিৰ দিনটোতেই ইংৰাজ সাহিত্যিক ডেনিয়েল ডিফোৰ মৃত্যু ঘটিছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই বিশিষ্ট চিত্ৰশিল্পী যামিনী ৰায়ৰ মৃত্যু ঘটিছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ জন্ম হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই গুৱাহাটীলৈ প্ৰথম ব্ৰডগজ ৰে’ল চলাচল আৰম্ভ হৈছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই অসম গণ পৰিষদ দলৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.