ভেনিজুৱেলাত ভয়ংকৰ ভূমিস্খলন!

ইণ্টাৰনেচনেল ডেস্ক:

ভেনিজুৱেলাত বানপানী আৰু ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন। মধ্য ভেনিজুৱেলাৰ কাৰাকাছৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আৰাগুয়া ৰাজ্যৰ এখন কৃষি-ঔদ্যোগিক চহৰ ছান্টোছ মিচেলেনাৰ লাছ টেজেৰিয়াছত সংঘটিত হয় এই ভূমিস্খলন। ভূমিস্খলনৰ ফলত কমেও ২২ জনৰ মৃত্যু হয়। ইফালে ভূমিস্খলনৰ পাছৰে পৰা সন্ধানহীন হৈ আছে বহু লোক।।

You might also like
Leave A Reply

Your email address will not be published.