ভয়ংকৰ ভূমিস্খলন!

নেচনেল ডেস্ক:

কেৰেলাৰ ইডুক্কি জিলাত ভয়ংকৰ ভূমিস্খলন।কেৰেলাৰ ইডুক্কি জিলাৰ থোডুপুঝা তালুকৰ কুদয়াথূৰ গাঁৱত সোমবাৰে ভূমিস্খলনৰ স্থানৰ পৰা উদ্ধাৰ কৰা হয় পাঁচটা মৃতদেহ। আনহাতে, এই পৰ্যন্ত উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখ্য যে, কেৰেলাৰ পাহাৰীয়া অঞ্চলত বিগত দুদিন ধৰি অবিৰত বৰষুণ হৈ আহিছে।

ৰাজ্যৰ বহু অঞ্চলত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যখনৰ কোট্টায়াম, এৰনাকুলাম, ইদুক্কি, পালাক্কাড, মালাপ্পুৰম, কোঝিকোড, ৱায়ানাড, কান্নুৰ, আৰু কাছাৰাগোড জিলাত প্ৰশাসনে আজি ‘য়েল্ল’ এলাৰ্ট’ জাৰি কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.