ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১২ গৰাকী লোক। আক্ৰান্তসকলৰ ১০ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ১ গৰাকী বঙাইগাঁও জিলাৰ, ১ গৰাকী নগাঁও জিলাৰ, ১গৰাকী ডিমা হাচাও জিলাৰ আৰু ১ গৰাকী তিনিচুকীয়া জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ২ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৭৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৭,৫৯১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৪৫ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৪.৫৮ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৬২ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৮৪,৯৩১ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.