মায়া নগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড!

মুম্বাইৰ যোগেশ্বৰীৰ ফাৰ্নিচাৰৰ গুদামত সংঘটিত হৈছে অগ্নিকাণ্ডটো

নেচনেল ডেস্ক:

মায়া নগৰী মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড। সোমবাৰে মুম্বাইৰ যোগেশ্বৰীৰ ফাৰ্নিচাৰৰ গুদামত সংঘটিত হৈছে অগ্নিকাণ্ডটো। পুৱা ১১ বজাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।এই পৰ্যন্ত জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত আছে।অগ্নিকাণ্ডত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.