শনিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভয়ংকৰ এনকাউণ্টাৰ

ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত নিহত হয় তিনিটা কৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

নেচনেল ডেস্ক:

নিবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত ভয়ংকৰ এনকাউণ্টাৰ। জিলাখনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বাৰামুলাৰ উৰি আৰু হাথলাংগা অঞ্চলত সংঘটিত হয় এই এনকাউণ্টাৰ। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ অভিযানত নিহত হয় তিনিটা কৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। সন্ত্রাসবাদীয়ে অনুপ্রৱেশৰ চেষ্টা চলোৱাৰ সন্দেহত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এই যৌথ অভিযান ৷ ইফালে, এতিয়াও সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থকা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.