আজি ১৭ ছেপ্টেম্বৰ

▶️১৮৭৬ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল।
▶️১৯১৫ চনৰ এই দিনটোতেই ভাৰতীয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ জন্ম হৈছিল।
▶️১৯৩৪ চনৰ এই দিনটোতেই মহাত্মা গান্ধীৰ কংগ্ৰেছৰ সদস্যপদ ত্যাগ।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই ছিউলত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই তামিলনাডুৰ ৰাজনৈতিক দল ডি এম কে গঠন।
▶️১৯৮২ চনৰ এই দিনটোতেই ভাৰত আৰু শ্ৰীলংকাৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট অনুষ্ঠিত হৈছিল।
▶️১৯৫৬ চনৰ এই দিনটোতেই তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.