ৰাহুল নৱীনক EDৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্ব

সঞ্জয় কুমাৰ মিশ্ৰৰ ঠাইত বিশেষ সঞ্চালক ৰাহুল নৱীনক EDৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি

নেচনেল ডেস্ক:

ৰাহুল নৱীনক EDৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্ব। শুকুৰবাৰে পদত্যাগ কৰা সঞ্জয় কুমাৰ মিশ্ৰৰ ঠাইত বিশেষ সঞ্চালক ৰাহুল নৱীনক EDৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। স্থায়ী সঞ্চালক নিযুক্তি সন্দৰ্ভত চৰকাৰৰ আনুষ্ঠানিক নিৰ্দেশ নোলোৱাপৰ্যন্ত EDৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিব ৰাহুল নৱীনে।

১৯৯৩ বৰ্ষৰ আই আৰ এছ বিষয়া ৰাহুল নৱীনে ইয়াৰ পূৰ্বে ইডি মুখ্য কাৰ্যালয়ত মুখ্য ভিজিলেন্স বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।।

You might also like
Leave A Reply

Your email address will not be published.