শিক্ষা বিষয়াৰ শোকাৱহ মৃত্যু

শোণিতপুৰত শোকাৱহ ঘটনা!উপায়ুক্তৰ সভাকক্ষতে ঢলি পৰিল শিক্ষা বিষয়া তৰুণ চন্দ্ৰ বৰা।শোণিতপুৰ-বিশ্বনাথৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আছিল তৰুণ চন্দ্ৰ বৰা।সভাৰ মাজতে আকস্মিক ভাৱে ঢলি পৰিছিল বিষয়াজন।চিকিৎসালয়ত ভৰ্তি কৰিও প্ৰাণ ৰক্ষা কৰিব পৰা ন’গল বিষয়াজনৰ।সৰবৰহী শিক্ষা বিষয়াজনৰ আকস্মিক মৃত্যুত শোকস্তব্ধ শোণিতপুৰ।।

You might also like
Leave A Reply

Your email address will not be published.