সংসদত গৃহীত নিৰ্বাচন আইন সংশোধনী বিধেয়ক

সংসদত গৃহীত হ’ল নিৰ্বাচন আইন সংশোধনী বিধেয়ক। ইয়াৰ জৰিয়তে ১৮ বছৰৰ ওপৰৰ সকলোৱে ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ভূৱা ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱাত এই আইনে সহায় কৰিব। একোজন ভোটাৰৰ নাম কেবাখনো ভোটাৰ তালিকাত সন্নিৱিষ্ট হোৱাৰ অবৈধ কাৰ্য্য ৰোধ কৰিব। সংসদত এই সংশোধিত বিধেয়ক গৃহীত হোৱাৰ পাছত টুইট যোগে কেন্দ্ৰীয় ন্যায় আৰু আইন মন্ত্ৰীৰ আশা, এই আইনে দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া অধিক ক্ৰুতিমুক্ত কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.