সলনি হ’ল এপিএছচিৰ মূল পৰীক্ষাৰ তাৰিখ!

নিউজ ডেস্ক-

 

সম লোকসেৱা আয়োগে ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই অহা জুন মাহত মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু আছুৰ প্ৰতিবাদৰ পাছতেই দেওবাৰে জাৰি কৰা জাননী অনুসৰি এপিএছচিৰ মূল পৰীক্ষা জুন মাহৰ পৰিৱৰ্তে অহা ৮,৯ আৰু ১০ জুলাইতহে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷পৰীক্ষাৰ বাবে আয়োগে বাছনি কৰা ৭টা স্থান ক্ৰমে-শিলচৰ, নগাঁও, যোৰহাট, তেজপুৰ, লখিমপুৰ, বঙাইগাঁও আৰু গুৱাহাটী৷।

You might also like
Leave A Reply

Your email address will not be published.