ৰে’ল সেৱা বাতিল

নেচনেল ডেস্ক,এন ই ভাৰত


এন এফ ৰে’লৱেৰ ১২খন ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে।
ঘূৰ্ণীবতাহ যশৰ বাবে বাতিল ১২খন ৰে’লৰ যাত্ৰা।
বাতিল গুৱাহাটী-বেংগালুৰুৰ মাজৰ দুখন ৰে’ল।
ত্ৰিবান্দ্ৰম-শিলচৰৰ মাজৰ ৰে’ল যাত্ৰা বাতিল।
তাম্বাৰম-তিনিচুকীয়া, তিনিচুকীয়া-বেংগালুৰু ৰে’ল বাতিল।
কামাখ্যা-যশৱন্তপুৰ, চেন্নাই-জলপাইগুৰি ৰে’ল বাতিল।
টৌটেৰ পাছত ঘূৰ্ণীবতাহ যশৰ শংকাতে বাতিল ৰে’লৰ চলাচল।।

You might also like
Leave A Reply

Your email address will not be published.