অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবিন বনিক্যৰ শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিন ধৰি অসুস্থ আছিল তেঁও। আজি পুৱা প্ৰায় ৭:৩০ বজাত বঙাইগাঁৱৰ এখন ব্যক্তিগত হস্পিতালত প্ৰাক্তন বিধায়ক গৰাকীৰ দেহাৱসান ঘটে। প্ৰয়াত ৰবিন বনিক্য অভয়াপুৰী দক্ষিণ বিধান সভা সমষ্টিৰ পৰা ২ বাৰকৈ অগপ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৭৭ বছৰ।।

You might also like
Leave A Reply

Your email address will not be published.