১৯৫৮ চনত পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় পুতলা ‘বাৰ্বি’ৰ জন্ম।
১৯৬০ চনত কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ মৃত্য়ু।
১৯৮৬ চনত ভাৰতত প্ৰথম ইন্টৈাৰনেট সেৱা মুকলি।
১৯৯৪ চনত ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পৰ্যায়ৰ অভিনেত্ৰী দেৱিকা ৰাণীৰ মৃত্য়ু।
১৯৯৯ চনত অসমৰ ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য়ক ৰাষ্ট্ৰীয় উদ্য়ান ৰূপে ঘোষণা।
২০০০ চনৰ আজি দিনটোতে অভিনেত্ৰী উষা কিৰণৰ মৃত্য়ু।
২০০২ চনত বিশ্বকাপ হকীত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি জাৰ্মানীৰ চেম্পীয়নশ্বিপ দখল।
২০০৫ চনত গান্ধীজীৰ নামত দক্ষিণ আফ্ৰিকাত পথ উছৰ্গা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৯ মাৰ্চ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like