বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ

নিউজ ডেস্ক-২৬ মে’ত হ’ব বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। ২৬ মে’ত পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণৰ লগতে আকাশত প্ৰত্যক্ষ হ’ব ‘ছুপাৰমুন’ আৰু ‘ৰেড ব্লাডমুন’। উত্তৰ-পূৰ্বাঞ্চল আৰু ওড়িশাৰ একাংশ উপকূলবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব চন্দ্ৰগ্ৰহণ। গুৱাহাটীত সন্ধিয়া ৬:০৯ বজাত আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। চন্দ্ৰগ্ৰহণ শেষ হ’ব ৬:৩০ বজাত। অৱশ্যে পশ্চিমবংগত আংশিকভাৱেহে দেখা পোৱা চন্দ্ৰগ্ৰহণ। দক্ষিণ আমেৰিকা,উত্তৰ আমেৰিকা,এছিয়া,অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত চন্দ্ৰগ্ৰহণ প্ৰত্যক্ষ হ’ব।◼◼◼

You might also like
Leave A Reply

Your email address will not be published.